কলহ (Assamese) [ Roman: ko.loh]
    plc: -বোৰ, -সমূহ, dfc: -টো
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-07-26
    1. (Abstract Noun) A state or act of enmity for political, economic, or social reasons usually without physical violence. ৰাজনৈতিক, আৰ্থিক, সামাজিক বা ব্যক্তিগত কাৰণত শত্ৰুতা কৰা অৱস্থা বা কাৰ্য্য, সাধাৰণতে শাৰীৰিক হিংসা অবিহনে।

    Related Idea:

    a. Abstract Noun: argumentdebateতৰ্কতৰ্ক-যুদ্ধযুক্তি-তৰ্ক...
    b. Abstract Noun: controversydissentvarianceঐয়া-হৈয়াদ্বিমত...
    c. Abstract Noun: affraybrawlconflictfightঅঁৰিয়া-অঁৰি...
    Contributed by: Rupankar Mahanta on 2006-07-26
    2. Handicraft(Material Noun-Neuter) Rounded vessel often made of earth clay or ceramic মাটিৰে নিৰ্মিত গোলাকাৰ সৰু মূখৰ পাত্ৰ

    কলহ (Bangla)
    Contributed by: Sushanta Kar on 2011-02-13
    3. (Abstract Noun) A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons. দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷