কলপাত (Assamese) [ Roman: ko.la.pat]
    plc: -বিলাক, -বোৰ, dfc: -খন, -খিনি, -খিলা
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-08-30
    1. (Common Noun-Neuter) a leaf of a banana tree. কলগছৰ পাত, ইয়াক নামঘৰত মাহ-প্ৰসাদ খাবৰ কাৰণে সৰু সৰুকৈ কাটি ব্যৱহাৰ কৰা হয় ৷