কলপ (Deori) [ Roman: ko.lo.p]
Contributed by: Himasri Das on 2022-11-22
2. (Material Noun-Neuter) A thick layer floating over surface of a liquid or any layer, such as of dust etc., over any material. জুলীয়া বস্তুৰ তেলযুক্ত অংশ, মল বা সৰ উঠি তাৰ ওপৰত বন্ধা জাল, অথবা কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদিৰ তৰপ ৷