কদম (Assamese) [ Roman: ko.dom]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
1. Anatomy(Common Noun-Neuter) the part of the lower limb in humans between the knee and the ankle. ভৰিৰ সৰু গাঁঠিৰ ওপৰ আৰু আঁঠুৰ তলৰভাগ।
Contributed by: Atul Ch. Kakoti on 2009-05-31
2. (Common Noun-Neuter) The Kadam tree grows up to 45 m high with a trunk diameter of 100-160 cm, Leaves are 13-32 cm long. Kadam flowers are yellow in coloured and globe-like with soft sting. ওখ ডাঙৰ গা গছৰে ওলোটা ওভোতাকৈ বিপৰীতমুখী ডাল ধৰা এবিধ গছ ৷ ইয়াৰ পাত ডাঙৰ আৰু দীঘল ৷ ফুলবোৰ হালধীয়া আৰু কোমল শুঙযুক্ত বল আকৃতিৰ ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-16
3. (Verbal Noun) the trotting pace of a horse, in which the legs move in diagonal pairs. ঘোঁৰাৰ দুখুজীয়া খোজ, য’ত কোণীয়া-কোণীকৈ থকা দুখন ঠেং একেলগে আগবঢ়ায়।