কছম (Assamese) [ Roman: ko.som]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-18
    1. (Abstract Noun) A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা