ককাইদেউ (Assamese) [ Roman: ko.kai.deu]
Contributed by: Bikram M Baruah on 2007-07-03
1. (Common Noun-Masculine) A brother (may or may not be of same parents) who is elder than yourself. নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷