এৰ্ (Assamese) [ Roman: er]
    Contributed by: Bikram M Baruah on 2010-03-31
    1. (Verb-Trans.) Neglect something that of less importance. বেছি প্ৰয়োজন নোহোৱা কোনো বস্ত এৰি দিয়া কাৰ্য্য ৷
    Contributed by: Himjyoti Talukdar on 2009-05-30
    2. (Verb-Trans.) to surrender something prized or desirable. মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।