উদ্ধাৰ (Assamese) [ Roman: ud.dhar]
    1. (Verbal Noun) the act of transporting somebody from a dangerous or trapped location to a safer location কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা কাৰ্য্য
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. (Verbal Noun) Release from a post of duty, as by the arrival of a substitute or replacement. কোনো কাম বা আন দায়িত্ব আদিৰ পৰা মুক্ত হোৱা |