উঠা (Assamese) [ Roman: u.tha]
    Contributed by: Ranjita Pegu on 2007-02-08
    1. (Verb-Trans.) To move something in the upward direction. সাম্প্ৰতিক স্থানৰ পৰা ওপৰৰ এক স্থানলৈ উঠা ৷
    Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-02-08
    2. (Verb-Trans.) To break the sleep of somebody. কাৰোবাৰ টোপনি ভাঙি দে; টোপনিৰ পৰা সাৰ পোৱাই দে।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-06
    3. (Verbal Adj.) to get up from a lying, sitting, or kneeling posture; assume an upright position শুই থকা, বহা বা আঁঠু কঢ়া অৱস্থাৰ পৰা উলম্ব অৱস্থালৈ অহা
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-16
    4. Computer Science(Verb-Trans.) transfer (data) to a larger computer system কম্পিউটাৰ পৰা কোনো বস্তু, ফাইল, তথ্য ইন্টাৰনেটৰলৈ নে বা উঠা
    English:
    Assamese: