ঈৰ্ষা (Assamese) [ Roman: ir.xa]
    Contributed by: Bikram M Baruah on 2010-12-25
    1. (Abstract Noun) an unjust or unwarranted exertion of force or power, as against rights or laws. অন্যায়ভাৱে বা অপ্ৰৰোচিতভাৱে আনৰ অধিকাৰ বা আইনৰ বিৰুদ্ধে বল বা ক্ষমতাৰ প্ৰয়োগ।
    Contributed by: Bikram M Baruah on 2010-12-25
    2. (Abstract Noun) a feeling of discontent or covetousness with regard to another's advantages, success, possessions, etc. আনৰ সুযোগ-সুবিধা, সফলতা, সম্পত্তি আদি দেখি হোৱা অসন্তুষ্টি বা তাৰ প্ৰতি জন্মা লোভ।