আয়জনক (Assamese) [ Roman: ay.jo.nok]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-27
    1. (Proper Adj.-Neuter) which leads to the increase of wealth or money. যি সম্পত্তি বা ধনৰ বৃদ্ধি কৰিব পাৰে; যাৰ পৰা আৰ্থিক লাভ হয়।