আপতন কোণ (Assamese) [ Roman: a.po.ton]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
    1. (Verbal Noun) descent to a lower position or standing. ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-12-05
    2. Physics(Abstract Noun) the angle formed by a ray or wave, as of light or sound, striking a surface and a line perpendicular to the surface at the point of impact শব্দ বা পোহৰৰ দৰে তৰংগ বা ৰশ্মিয়ে কোনো পৃষ্ঠত পৰোঁতে বা আঘাত কৰোঁতে ই পৃষ্ঠখনৰ আঘাত কৰা বিন্দুত উলম্ব ৰেখা এডালৰ সৈতে সৃষ্টি কৰা কোণটো

    Related Idea:

    a. Verbal Adj.: incidentআপতিত...