আকল (Assamese) [ Roman: a.kol]
    Contributed by: Biraj Kumar Kakati on 2008-06-30
    1. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|

    আকল (Rabha)
    Contributed by: Pranati Rabha on 2021-10-23
    Ref: Khurangmuk, Rabha-Assamese-English Dictionary
    2. (Verbal Noun) a penalty inflicted for an offense, fault কোনো অপৰাধ বা দোষৰ বাবে দিয়া শাস্তি