☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
অৱনতি
(Assamese)
[
Roman:
o.wo.no''.ti]
1.
(Verbal Noun)
impairment of value or usefulness; falling from a higher to a lower level in quality, character, or vitality মূল্য বা ব্যৱহাৰোপযোগিতা হ্ৰাস হোৱা; গুণ, চৰিত্ৰ বা মানৰ ক্ষেত্ৰত উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পৰ্য্যবশিত হোৱা
English:
declension
deterioration
Assamese:
অধঃপতন
অধোগতি
অধোনতি
অধোনমন
অপকৰ্ষ
অৱনতি
অৱনমন
নিম্নগতি
নিম্নগমন
Bodo:
गोग्लैनाय
Khasi:
ka jinghiar