অভিসন্ধি (Assamese) [ Roman: o.bhi.xon.dhi]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-05
1. (Abstract Noun) A secret agreement between two or more parties for a fraudulent, illegal, or deceitful purpose. কোনো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ দুই বা ততোধিক পক্ষৰ মাজত হোৱা গোপন বুজাবুজি।
English:
Assamese:
Bodo:
Garo:
Different POS:
a. Verb-Intran.: conniveconspireকু-মন্ত্ৰণা কৰ্চক্ৰান্ত কৰ্তলে পুতল দে...Related Idea:
b. Common Noun-Common: conspiratorকুচক্ৰান্তকাৰীকুচক্ৰীচক্ৰান্তকাৰীফন্দিয়ক্...Contributed by: Biraj Kumar Kakati on 2010-11-08
2. (Abstract Noun) What induces a person to act in a particular way. এজন ব্যক্তিক কোনো এটা কাম নিৰ্দ্দিষ্ট ধৰণে কৰিবলৈ যি প্ৰৰোচিত কৰে৷