অধোগতি (Assamese) [ Roman: o.dho`.go.ti]
    Contributed by: Biraj Kumar Kakati on 2009-03-27
    1. (Verbal Noun) impairment of value or usefulness; falling from a higher to a lower level in quality, character, or vitality মূল্য বা ব্যৱহাৰোপযোগিতা হ্ৰাস হোৱা; গুণ, চৰিত্ৰ বা মানৰ ক্ষেত্ৰত উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পৰ্য্যবশিত হোৱা
    Contributed by: ৰূপকমল on 2007-12-18
    Ref: আধুনিক অসমীয়া শব্দকোষ
    2. (Verbal Noun) descent to a lower position or standing. ওপৰৰ পৰা অথবা উচ্চ পদৰ পৰা তললৈ নামি অহা|