অতিদীন (Assamese) [ Roman: o.ti.din]
Contributed by: Anjali Sonowal on 2009-08-20
1. (Proper Adj.) one who lacks money and wealth যাৰ টকা-পইচা আৰু সম্পত্তি নাই
English:
Assamese:
অকিঞ্চন অঙ্গস্ত্ৰ অতিদীন অভাৱগ্ৰস্ত অভাৱী অৱস্থাহীন কঙাল কঙালী কঙ্গাল কটঙা কপৰ্দক শূণ্য কপৰ্দকশূন্য কপৰ্দকহীন খল্তি-ধোৱা গিদা-উদি গৰিব গৰীব ছাল-ছিগা টোকোনা ডালদৰিদ্ৰ তকম্বৰি ততৰিয়া ততৰীয়া তলা-উদি দালদৰিদ্ৰ দীন দীন-হীন দুঃস্থ দুইখা bo দুখীয়া দৰিদ্ৰ ধনহীন নান্নং-নবস্ত্ৰং নিঃকিন নিঃসম্বল নিঃস্ব নিচলা নিধনী নিষ্কিঞ্চন নিৰন্ন নিৰ্ধন নিৰ্ধনী নোম-দৰিদ্র যোত্ৰহীন লাং টোকোনা লাউলোৱা লাওলোৱা অৱস্থা লুঠুঙা লুঠুমা সম্পদহীন সম্বলহীন সৰ্ব্বহাৰা হাত-উদি হাত-খালি
Mising:
Khasi:
Meeteilon:
Karbi:
Hmar:
Hindi:
TAI-Khamti: