অঙ্গজ (Assamese) [ Roman: ong.goj]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
1. Anatomy(Material Noun-Neuter) any of the numerous fine, usually cylindrical, keratinous filaments growing from the skin of humans and animals. মানুহ বা জন্তুৰ ছালৰ পৰা বাঢ়ি অহা মিহি, সাধাৰণতে বেলন আকৃতিৰ, কেৰাটিন জাতীয় নোম।
English:
Khasi:
Meeteilon:
Mizo (Lushai):
Kok-Borok:
Hmar:
Dimasa:
Apatani:
Chakma:
TAI-Ahom:
Rabha:
Tiwa:
TAI-Turung:
Singpho:
Tutsa:
Different POS:
a. Proper Adj.: hairyhirsuteনোমযুক্তনোমালভোবোৰা...Related Idea:
b. Abstract Noun-Neuter: coiffurehairstyleকেশ-কৰ্মকেশ-কৰ্ম্মকেশ-বিন্যাস...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun-Neuter) a physical or medical state of pain, distress caused by a disease or injury. ৰোগ বা আঘাতৰ দ্বাৰা সৃষ্ট বেদনা আৰু দুৰ্দশাজনক শাৰীৰিক অৱস্থা৷Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
3. (Common Noun-Masculine) a male child or person in relation to his parents. পিতৃ-মাতৃৰ পুৰুষ সন্তান।
English:
Assamese:
Khasi:
Meeteilon:
Dimasa:
TAI-Ahom:
Nepali:
Deori:
Tanchangya:
TAI-Khamti:
TAI-Turung:
Singpho:
Opp. Gender:
a. Common Noun-Feminine: daughterআত্মজাআত্মসম্ভৱাউদ্বহাকন্যকা...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-24
4. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Assamese:
অঙ্গজ অজ অতনু অনংগ অনঙ্গ অনন্যজ ইষ্ম ঈষ্ম কঞ্জন কন্দৰ্ কন্দৰ্প কাম কামদেৱ কিংকিৰ কুসুম চাপ কুসুমকাৰ্মুক কুসুমধনু কুসুমায়ূধ জৰাভীৰু তিথ দীপক দৰ্পক পুষ্পকেতন পুষ্পকেতু প্ৰদ্যুম্ন বিশ্বকেতু মকৰকেতন মকৰকেতু মকৰধ্বজ মদ মদন মধুদিপ মধুদীপ মনসিজ মনোজ মনোভূ মনোভৱ মন্নথ মন্মথ মাৰ মীনকেতন মীনধ্বজ শম্বৰাৰি স্মৰ ৰতিকান্ত ৰতিপতি ৰম ৰমণ ৰুদ্ৰাৰি
Bodo:
Contributed by: Mousumi Konwar on 2023-01-11
Ref: সমাৰ্থ শব্দকোষ - ড° প্ৰফুল্ল কটকী
5. (Proper Adj.-Common &/or Masculine) born or produced from the body.
শৰীৰ বা দেহৰ পৰা হোৱা৷