অক্ষম (Assamese) [ Roman: o.khyom]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-04-01
    1. (Proper Adj.-Common) not able to perform as expected আশা কৰা মতে কৰিবলৈ অপাৰগ হোৱা
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-04-01
    2. (Proper Adj.-Common) not capable of doing something কোনো কাম কৰাৰ ক্ষমতা নথকা, কৰিবলৈ সমৰ্থ নোহোৱা

    অক্ষম (Bangla)
    Contributed by: Dipankar Ghosh on 2023-06-24
    3. (Proper Adj.-Common) not capable of doing something কোনো কাম কৰাৰ ক্ষমতা নথকা, কৰিবলৈ সমৰ্থ নোহোৱা