অংকন (Assamese) [ Roman: ong.kon Origin: সং. (হেম১৩)]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-10
    1. (Verbal Noun) the act drawing that is create a picture by pen and pencil on a writing surface such as paper. কাগজ, ফলি আদিত কলপ, দোৱাত আদিৰে কোনো চিত্ৰ তৈয়াৰ কৰা কাৰ্য

    Example Sentences:

    1. তাই সুন্দৰ চিত্ৰ অংকন কৰে।