हो (Bodo) [ Roman: hw]
Contributed by: Nwgwt Gwra Brahma (नोगोत गोरा ब्रह्म) on 2008-12-12
1. (Verb-Trans.) to transfer the ownership of something; to present voluntarily. কোনো বস্তুৰ মালিকীস্বত্ত্ব হস্তান্তৰ কৰা; নিজ ইচ্ছাত উপহাৰ দিয়া।
हो (Nepali)
Contributed by: Sitaram Upadhyaya on 2015-02-23
3. (Interjection) used to express affirmation or assent or to mark the addition of something emphasizing and amplifying a previous statement কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ