XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    इशारा (Hindi) [ Roman: isha.ra]
    Contributed by: Bornaly Hazarika on 2011-02-05
    1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|
    English:
    clue cue hint
    Assamese:
    আঁত আটা আভাস ইছাৰা উদিশ উদ্দেশ উমঘাম উৱাদিহ গম চিয়াৰ টিপ ঠাৰ ঠাৰ-চিয়াঁৰ তলানলা ফুটফাট বা-বাতৰি বুজবাজ ভু-ভটং ভু-ভা লতাৰ শুংসূত্ৰ সন্ধান সূত্ৰ
    Bodo:
    इसारा थिफायसन सुलु
    TAI-Ahom:
    চী ম্যুৱ ছপ্ ছান্ মিট্ ছপ্
    Hindi:
    इशारा
    Deori:
    উ-নিনামা চিয়াৰ তলা পুত-পাত
    © xobdo.org - a dictionary by you, for you, of you !!