ধন-সোণধনঞ্জয়

ধনগুলৈ (Assamese) [ Roman: dhon.gu.loi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-12
1. (Proper Noun-Neuter) A phosphorescent light that hovers or flits over swampy ground at night, possibly caused by spontaneous combustion of gases emitted by rotting organic matter. জেকা ঠাইৰ পৰা ওলোৱা আৰু আন্ধাৰত জিলিকি থকা এবিধ বাষ্প ৷ লোকবিশ্বাস মতে পুতি থোৱা ধনৰ গৰাকী ভূতৰ গাৰ পৰা সেই পোহৰ ওলায়, এতেকে তাক ধন-গুলৈ বোলে ৷