তৰাতৰা-নৰা

তৰা গছ (Assamese) [ Roman: to.ra gos]
Contributed by: Bikram M Baruah on 2009-12-06
1. Plants(Common Noun) A turmeric like plant that grows in swampy places. The trunk of the tree is slender and has long sheath on it. It has leaves similar to turmeric. It`s sheaths are dried and used to make tether for cows. It is an old ritual to give this tether to the cows on Bohag bihu. প্ৰায়ে দ পিতনি আদি জলাতন ঠাইত হোৱা, দীঘল দীঘল বৌখা আৰু মূৰত দীঘলীয়া হালধিৰ দৰে পাত থকা এবিধ বন-গছ৷ ইয়াৰ বৌখাবিলাক ছিৰি, শুকুৱাই তাৰে পঘা, জৰী আদি বাটিব পাৰি৷ ব’হাগ-বিহুত ইয়াৰ নতুন পঘা গৰুক দিয়াটো পুৰণি ৰীতি৷