wayungtowaza
waywardness (English) [ IPA: [waywardness] ASM: ৱেৱাৰ্ডনেচ]
Contributed by: Biraj Kumar Kakati on 2011-01-01
English: waywardness,
Assamese: যথেচ্ছাচাৰ, যথেচ্ছাচাৰিতা, স্বেচ্ছাচাৰ, স্বেচ্ছাচাৰিতা, স্বৈৰতা, স্বৈৰাচাৰ, স্বৈৰাচাৰিতা
waywardness (English) [ IPA: [waywardness] ASM: ৱেৱাৰ্ডনেচ]
Contributed by: Biraj Kumar Kakati on 2011-01-01
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Abstract Noun) The quality of being wayward or guided by one's own way regardless of the wishes or good of others. লোকৰ হিত-অহিত, সুবিধা-অসুবিধাৰ কথা চিন্তা নকৰি নিজৰ খেয়াল-খুচিমতে কৰা কাৰ্য্য কলাপ৷Assamese: যথেচ্ছাচাৰ, যথেচ্ছাচাৰিতা, স্বেচ্ছাচাৰ, স্বেচ্ছাচাৰিতা, স্বৈৰতা, স্বৈৰাচাৰ, স্বৈৰাচাৰিতা