beckon (English) [ IPA: ˈbekən ASM: বেকন]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2008-12-06
    1. (Verb-Trans.) to call/invite somebody's attention by movements of the hands. হাত জোকাৰি কাৰোবাক আহিবলৈ ইংগিত দিয়া বা কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰা যাতে তেওঁ ওচৰলৈ আহে৷
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-03-03
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) a beck or motion of the hand, used in calling, to a person at a distance. আঁতৰত থকা মানুহক হাত জোকাৰি মতা সঙ্কেত৷