Based on the "
XOBDO Vision 2022-27 document", a number of projects have been conceptualized and
this questionnaire is prepared in order to identify interested volunteers, enthusiasts, entrepreneurs, researchers, workers, and financiers. XOBDO.ORG Team is releasing this Questionnaire to the members of the public with a humble request to fill it up as the case might be. Dateline: 10-April-2022. XOBDO.ORG Team will contact them individually to pursue further.
"
XOBDO.ORG ভৱিষ্যদৰ্শন ২০২২-২৭ দস্তাবেজ"ৰ ওপৰত আধাৰ কৰি, কেইবাটাও প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে আৰু আগ্ৰহী স্বেচ্ছাসেৱক, উদ্যমী লোক, উদ্যোগী, গৱেষক, কৰ্মচাৰী আৰু আৰ্থিক পৃষ্ঠপোষক চিনাক্ত কৰাৰ অৰ্থে এই প্ৰশ্নাৱলী প্ৰস্তুত কৰা হৈছে। XOBDO.ORG-ৰ দলে
এই প্ৰশ্নাৱলী শ্ৰদ্ধেয় ৰাইজৰ ওচৰলৈ যথোচিত ভাৱে ভৰ্তি কৰি দিয়াৰ এক বিনম্ৰ অনুৰোধেৰে আগবঢ়াই দিছে৷ সময় সীমা ১০-এপ্ৰিল-২০২২৷ XOBDO.ORG দলে প্ৰকল্পসমূহ আগবঢ়াই নিবলৈ তেওঁলোকক ব্যক্তিগতভাৱে যোগাযোগ কৰিব।