ৰাইকিশোৰীৰাইজ-মেল

ৰাইজ (Assamese) [ Roman: ra.ij Origin: সং. (হেম১৩)]
1. (Abstract Noun) a particular group of people in a community, state, or nation. কোনো সম্প্ৰদায়, ৰাজ্য বা ৰাষ্ট্ৰৰ নিৰ্দিষ্ট মানুহৰ গোট৷
English: people, public,
Assamese: চৰ্ষণি, জনগণ, জনতা, জনসাধাৰণ, জানপদ, লোক-জন, সৰ্বসাধাৰণ, ৰাইজ,
Bodo: रायजो-राजा, सुबुं,
Mising: midum,
Khasi: ki briew,
Karbi: rat,
Hmar: vantlang mipui,
Nagamese: jonota,
Dimasa: rajirao,
Hindi: लोग,
Bangla: জনসমূহ,
Nepali: मानिसहरू,
Deori: মচি-মৰি

Example Sentences:

1. নামঘৰত গাঁৱৰ ৰাইজ গোট খাই হৰিনাম লৈছে।