ৰত্নপীঠৰত্নমণ্ডিত

ৰত্নমণি (Assamese) [ Roman: rot.no.mo.ni]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-09-02
1. (Material Noun-Neuter) A pearl or mineral that has been cut and polished for use as an ornament. অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷