ৰঙাফিটাৰ মেৰপাকৰঙালাও

ৰঙালাউ (Assamese) [ Roman: ro.nga.lau]
co.adj: ডাঙৰ~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -খিনি, -জোপা, -ডোখৰ
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
1. Vegetables(Common Noun-Common) A coarse trailing vine (Cucurbita pepo) widely cultivated for its fruit. The large pulpy round fruit of this plant, having a thick, orange-yellow rind and numerous seeds. ৰঙচুৱা বৰণৰ ফলৰ বাবে বহুলভাৱে খেতি কৰা এবিধ লতাজাতীয় উদ্ভিদ। ই্য়াৰ ফলবোৰ যথেষ্ট ডাঙৰ আৰু মঙহাল, আৰু বহুতো গুটিৰে ভৰা।