ৰগড়াৰঘু

ৰগৰ (Assamese) [ Roman: ro.gor]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
1. (Abstract Noun) a written or spoken piece of non-serious nature intended to make the reader or the listener laugh. শ্ৰোতা বা পঢ়োঁতাৰ হাঁহি উঠাবলৈ লিখা বা কোৱা কোনো কথা বা লিখনি।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-30
2. (Abstract Noun) a comic, funny quality of a person or a drama etc কোনো ব্যক্তি বা নাটক আদিৰ কৌতুকভৰা বা খুহুঁতীয়া গুণ