হাৰামৰ নেগুৰহাৰাশাস্তি কৰ্
হাৰাশাস্তি (Assamese) [ Roman: ha.ra.xas.ti]
Contributed by: Biraj Kumar Kakati on 2008-02-02
English: harassment, persecution,
Assamese: জালাতন, জেৰবাৰ, তৰ্ণান্তি, নগুৰ-নাগতি, নাকনি-কাণনি, লটি-ঘটি, লণ্ডভণ্ড, লাঙণি-কাণনি, লোচা-ভোচা, লৰ্বাং-তৰ্বাং, হায়ৰাণ, হাৰাশাস্তি, ৰণ্ডভণ্ড,
Dimasa: esisi, perebah
হাৰাশাস্তি (Assamese) [ Roman: ha.ra.xas.ti]
Contributed by: Biraj Kumar Kakati on 2008-02-02
1. (Abstract Noun) the act or an instance of harassing, or disturbing, pestering, or troubling repeatedly. কোনো লোকক অহৰহ অশান্তি দিয়া কাৰ্য্য।