স্পিন কোৱাণ্টাম সংখ্যাস্পিলাইট

স্পিনোজা (Assamese) [ Roman: spi.no`.ja]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-02-12
1. Historial(Proper Noun-Masculine) ( born 24 November 1632 – 21 February 1677, later Benedict de Spinoza) A Dutch philosopher of Sephardi Portuguese origin. He came to be considered one of the great rationalists of 17th-century philosophy. বাৰুখ স্পিনোজা (নবেম্বৰ ২৪, ১৬৩২ – ফেব্ৰুৱাৰী ২১, ১৬৭৭), এজন ওলন্দাজ দাৰ্শনিক৷ পশ্চিমীয়া কলা, সাহিত্য আৰু অন্য চিন্তা জগতত গভীৰভাৱে প্ৰভাৱ পেলাইছিল তেওঁৰ দৰ্শনে৷