সিপিনেসিপৰীয়া

সিপুৰী (Assamese) [ Roman: xi.pu.ri]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-27
1. Religious-Mythological(Abstract Noun) An afterlife of suffering where the wicked or unrighteous dead are punished, according to many religious beliefs. বহু ধৰ্মীয় বিশ্বাস মতে মৃত্যুৰ পাছত দুষ্ট বা পাপী সকলক শাস্তি প্ৰদান কৰা ঠাই।

Contributed by: Ranjita Pegu on 2007-02-20
2. (Abstract Noun-Neuter) The unseen world or the underworld where it is believed that the newly dead souls go in mythology. পৌৰাণিক শাস্ত্ৰ অনুসৰি মৃত্যুৰ পাছত মানুহ য’লৈ যায় বুলি বিশ্বাস কৰা হয়, সেই নেদেখা জগতখন।