সাৰণীসাৰথী

সাৰথি (Assamese) [ Roman: xa.ro.thi]
plc: -সকল, dfc: -গৰাকী, -জন
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
2. (Common Noun-Common &/or Masculine) the driver of a chariot যি ৰথ চলায় অৰ্থাত্ ৰখ চলাওঁতা