সংখ‌্যাসংগঠক

সংগ (Assamese) [ Roman: xong.go Origin: সং. (হেম১৩)]
alt: সঙ্গ, co.adj: বেয়া~, ভাল~, plc: -বোৰ
Contributed by: Biraj Kumar Kakati on 2008-08-28
1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
English: companion, company, partnership,
Assamese: অংশীদাৰিত্ব, আসংগ, আসঙ্গ-প্ৰসঙ্গ, লগ, লগ-ভাগ, সংগ, সমভিব্যাহাৰ, সহযোগ, সান্নিধ্য, সাহচৰ্য্য, সাৰথি,
Bodo: , बाहागो गोनां, लोगो,
Mising: ajon,
Garo: apsan rorimgipa, dakrimgipa,
Bishnupriya Manipuri: তিলনি,
Nagamese: chati,
Deori: লগ

Example Sentences:

1. শিৱসাগৰলৈ যাওঁতে তেওঁ মোক সংগ দিছিল।