শুধৰাই দেশুনক

শুন (Assamese) [ Roman: xun]
Contributed by: Biraj Kumar Kakati on 2008-10-05
1. Animal(Common Noun-Common) A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds. শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Ref: চন্দ্ৰকান্ত অভিধান
2. Anatomy(Material Noun-Neuter) Either of two soft fleshy milk-secreting glandular organs on the chest of a woman. নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷

শুন (Bangla)
Contributed by: Sushanta Kar on 2011-10-22
3. Animal(Common Noun-Common) A domesticated carnivorous mammal (Canis familiaris) related to the foxes and wolves and raised in a wide variety of breeds. শিয়াল আৰু কুকুৰনেচীয়া বাঘৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰজাতিত বিভক্ত এবিধ ঘৰচীয়া মাংসভোজী স্তন্যপায়ী জন্তু