লেৰেক-পেৰেকলেৰেলা পৰ্
লেৰেলা (Assamese) [ Roman: le.re.la]
du: লেৰেলা-চেপেটা, fm: লেৰেলী
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
English: emaciated, gaunt, lean, light, scrawny, skinny, slim, thin, trim,
Assamese: অস্থিচৰ্মসাৰ, অস্থূল, আংমৰা, আশকতীয়া, কঁকীলা সজীয়া, ককৰ্তনীয়া, ককৰ্ত্তনীয়া, কাউৰী-ঠেঙীয়া, কিৰ্কিয়া, কৃশ, কৃশাংগ, কৃশাঙ্গ, কেঁটেলা, কেটেং মেটেং, কেটেঙা, কেলেবাং, কোকোহা, ক্ষীণ, ক্ষীণকায়, ক্ষীনাংগ, খিচিৰা, খীণ, চিচ, চিঞা, চিয়াঁ, চেৰেলা, জঁকাভাৰী, টেটেৰা, তনু, তন্বী, দুৰ্বল, নালীয়া, নিশকতীয়া, নৰম, পাতল, পাতলা bo , বিশীৰ্ণ, মুজুৰা, মুজুৰা-খোৱা, মুজুৰা-পৰা, মেমেৰা, লনি, লিটা, লিহিকা, লেঙা, লেটেঙা, লেৰেলা, শীৰ্ণ, শীৰ্ণকায়, হাঁড়ে-ছালে লগা, হাড়ত খোৱা,
Bodo: गोबा, रानथें, हामख्रं, हामख्रें,
Mising: uma,
Khasi: ka jingdon, raikhoh, stang,
Garo: ba.a,
Bishnupriya Manipuri: হুরু,
Karbi: chongkreng,
Hmar: cher, kawr,
Nagamese: dubla, lahe, patla, patol, potli,
Dimasa: balebi, balele, garam, gelep, lepbi, rambi,
Tai: জম্,
Hindi: दुबला-पतला, दुर्बल,
Bangla: ক্ষীণকায়, ক্ষীণাংগ, দুর্বল, পাতলা, রোগা, শীর্ণকায়,
Tiwa: chongreng, ramjeng,
Deori: কেতেঙা, তেতেৰা, পিচ্চুকিৰি, মিহিতি, মুজুৰা-কুৰুবা, মেমেৰা
Contributed by: Biraj Kumar Kakati on 2008-02-14
English: dried-up, sear, sere, shriveled, shrivelled, withered,
Assamese: জঁই, জঁই পৰা, জহি-খহি পৰা, মৰহা, লেৰেলা
লেৰেলা (Assamese) [ Roman: le.re.la]
du: লেৰেলা-চেপেটা, fm: লেৰেলী
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Common) without much flesh or fat; not plump or fat বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱাAssamese: অস্থিচৰ্মসাৰ, অস্থূল, আংমৰা, আশকতীয়া, কঁকীলা সজীয়া, ককৰ্তনীয়া, ককৰ্ত্তনীয়া, কাউৰী-ঠেঙীয়া, কিৰ্কিয়া, কৃশ, কৃশাংগ, কৃশাঙ্গ, কেঁটেলা, কেটেং মেটেং, কেটেঙা, কেলেবাং, কোকোহা, ক্ষীণ, ক্ষীণকায়, ক্ষীনাংগ, খিচিৰা, খীণ, চিচ, চিঞা, চিয়াঁ, চেৰেলা, জঁকাভাৰী, টেটেৰা, তনু, তন্বী, দুৰ্বল, নালীয়া, নিশকতীয়া, নৰম, পাতল, পাতলা bo , বিশীৰ্ণ, মুজুৰা, মুজুৰা-খোৱা, মুজুৰা-পৰা, মেমেৰা, লনি, লিটা, লিহিকা, লেঙা, লেটেঙা, লেৰেলা, শীৰ্ণ, শীৰ্ণকায়, হাঁড়ে-ছালে লগা, হাড়ত খোৱা,
Bodo: गोबा, रानथें, हामख्रं, हामख्रें,
Mising: uma,
Khasi: ka jingdon, raikhoh, stang,
Garo: ba.a,
Bishnupriya Manipuri: হুরু,
Karbi: chongkreng,
Hmar: cher, kawr,
Nagamese: dubla, lahe, patla, patol, potli,
Dimasa: balebi, balele, garam, gelep, lepbi, rambi,
Tai: জম্,
Hindi: दुबला-पतला, दुर्बल,
Bangla: ক্ষীণকায়, ক্ষীণাংগ, দুর্বল, পাতলা, রোগা, শীর্ণকায়,
Tiwa: chongreng, ramjeng,
Deori: কেতেঙা, তেতেৰা, পিচ্চুকিৰি, মিহিতি, মুজুৰা-কুৰুবা, মেমেৰা
Antonyms:
a. Proper Adj.-Common: corpulent, fat, obese, portly, গদহা...Related Idea:
b. Proper Adj.-Common: willowy, ঋজুদেহী, কঁকালীসজীয়া, লাহী, লিহলিহীয়া...Contributed by: Biraj Kumar Kakati on 2008-02-14
2. (Proper Adj.-Common &/or Masculine) dried up or shriveled from or as if from loss of moisture. গছ-লতিকা আদি শুকাই গৈ তললৈ দোঁখাই পৰা|
Assamese: জঁই, জঁই পৰা, জহি-খহি পৰা, মৰহা, লেৰেলা