মৃদামৃদু হাঁহি

মৃদু (Assamese) [ Roman: mri.du]
adv: মৃদুকৈ, মৃদুভাৱে
Contributed by: Rituraj Saikia on 2006-09-04
1. (Proper Adj.-Neuter) present in small quantities or magnitudes কম পৰিমাণত বা কম মাত্ৰাত থকা

Contributed by: ৰূপকমল on 2006-09-04
2. (Proper Adj.) very humble and gentle, without much aggression. উগ্ৰ নোহোৱা, অৰ্থাত্ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ