মূৰ্ছিতমূৰ্তমান
মূৰ্ত (Assamese) [ Roman: mur.to]
alt: মূৰ্ত্ত
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-29
English: incarnate,
Assamese: অংগধাৰী, অংগী, অবয়ববিশিষ্ট, অৱতাৰী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহবিশিষ্ট, দেহী, মূৰ্ত, মূৰ্তিমন্ত, মূৰ্তিমান, শৰীৰধাৰী, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাকাৰ, সাবয়ব, ৰূপধাৰী,
Bodo: अबटार हम, महर लानाय, महर हमनाय
Contributed by: Partha P Sarmah on 2012-05-17
মূৰ্ত (Assamese) [ Roman: mur.to]
alt: মূৰ্ত্ত
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-29
Ref: জ্যোতি দ্বিভাষিক অভিধান
1. (Proper Adj.) embodied in flesh; having taken human form(of God, the devil etc). শাৰীৰিক ৰূপ থকা, সকলোৰে আগত প্ৰকাশ হোৱা৷Assamese: অংগধাৰী, অংগী, অবয়ববিশিষ্ট, অৱতাৰী, অৱয়বী, কায়বিশিষ্ট, দেহধাৰী, দেহবিশিষ্ট, দেহী, মূৰ্ত, মূৰ্তিমন্ত, মূৰ্তিমান, শৰীৰধাৰী, শৰীৰবদ্ধ, শৰীৰী, সাংগী, সাকাৰ, সাবয়ব, ৰূপধাৰী,
Bodo: अबटार हम, महर लानाय, महर हमनाय
Contributed by: Partha P Sarmah on 2012-05-17
2. Cuisine-Food(Material Noun-Neuter) object that occupies space, has shape and weight which one can see and feel. ওজন থকা, ঠাই আগুৰা আৰু আমি চাব, চুব পৰা বস্তু৷