ভুভু-ভা
ভু-ভটং (Assamese) [ Roman: bhu-bho.tong]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-24
English: clue, hint,
Assamese: আঁত, আটা, আভাস, ইছাৰা, উদিশ, উদ্দেশ, উমঘাম, উৱাদিহ, গম, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, তলানলা, ফুটফাট, বা-বাতৰি, বুজবাজ, ভু-ভটং, ভু-ভা, লতাৰ, শুংসূত্ৰ, সন্ধান, সূত্ৰ,
Bodo: इसारा, थिफायसन,
Tai: চী ম্যুৱ, ছপ্ ছান্, মিট্ ছপ্,
Hindi: इशारा,
Deori: উ-নিনামা, চিয়াৰ, তলা, পুত-পাত
ভু-ভটং (Assamese) [ Roman: bhu-bho.tong]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-24
1. (Abstract Noun) A knowledge or understanding of something hidden. কোনো গুপ্ত/অজান বা ঢাক খাই থকা বস্তুৰ জ্ঞান অথবা তথ্য|