বিস্মৃতিবিস্ময়কর

বিস্ময় (Assamese) [ Roman: bis.moy]
1. (Abstract Noun) the sudden feeling when something unexpected or strange is experienced. কোনো অপ্ৰত্যাশিত বা আচৰিত ধৰণৰ বস্তু বা ঘটনাৰ হঠাত্ সন্মূখীন হ’লে হোৱা অনুভূতি।

Contributed by: Rituraj Saikia on 2006-03-29
2. (Abstract Noun) feeling aroused by something strange or surprising আচৰিত হ’বলগীয়া কিবা দেখাৰ বাবে হোৱা অনুভূতি