বিজুলী-প্ৰবাহবিজুলীয়া

বিজুলীবেগে (Assamese) [ Roman: bi.ju.li.be.ge]
Contributed by: Partha P Sarmah on 2011-08-24
1. (Verbal Adj.) very fast or sudden. অতি বেগী বা হঠাতে অহা/ যোৱা, হোৱা৷ যেনেঃ বিদ্যুতক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে৷