বাঢ়ৈবাঢ়্

বাঢ়ৈটোকা (Assamese) [ Roman: ba.rhoi.to`.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Proper Adj.-Common) a person whose aim is to save money and who finds it hard to spend money অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-04
2. Bird(Common Noun-Common) large woodpeckers which are resident breeders in tropical southern Asia and They derive their English names from their golden or crimson backs. এবিধ কাঠ ৰোকা চৰাই৷ ইয়াক অসমৰ লগতে সমগ্ৰ দক্ষিণ এচিয়াত পোৱা যায়৷