প্ৰয়োজনাতিৰিক্তপ্ৰয়োজনীয়
প্ৰয়োজনাধিক (Assamese) [ Roman: pro.yo`.jo.na.dhik]
Contributed by: Anjali Sonowal on 2010-12-05
English: additional, awfully, excessive, extra, surplus,
Assamese: অতি বেছি, অতিমাত্ৰায়, অতিৰিক্ত, অত্যধিক, অত্যন্ত, আত্যন্তিকmc , উদ্বৃত্ত, উপাধিক, উপৰীয়া, উপৰুৱা, ওপৰঞ্চি, তাৰি, দোপাট, নিৰতিশয়, প্ৰয়োজনাতিৰিক্ত, প্ৰয়োজনাধিক, পৰিশিষ্ট, ফাজিল, বাঢ়তি, মাত্ৰাধিক, ৰাহি,
Bodo: उरां जाहाज,
Garo: bata, chandapagimin, chandapgimin, dugaani, gitchapilani, nambatgipa, ondapgimin,
Nagamese: khub,
Hindi: अतिरिक्त, अपर,
Nepali: अतिरिक्त, अपर,
Deori: গে, নিমাদুৰুবা, পঁদুৰুবা, লেদুবা, লেদেৰুবা
প্ৰয়োজনাধিক (Assamese) [ Roman: pro.yo`.jo.na.dhik]
Contributed by: Anjali Sonowal on 2010-12-05
1. (Proper Adj.-Common) More than or beyond what is usual, normal, expected, or necessary. প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷