প্ৰাগজ্যোতিষপুৰপ্ৰাঙ্গণ

প্ৰাগৈতিহাসিক (Assamese) [ Roman: pra.goi.ti.ha.xik]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-24
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.-Neuter) of or pertaining to the time or a period prior to recorded history. যি যুগৰ বুৰঞ্জী পোৱা যায়, তাৰ আগৰ কালৰ অৰ্থাত্ বুৰঞ্জীয়ে ঢুকি নোপোৱা।