পোলেণ্ডকপোলোকা পোলো (Bangla) 1. (Material Noun-Neuter) A kind of basket for catching fish. বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ দুই মূৰ খোলা থাকে আৰু এফালে পানীত চবিয়াই আনফালেদি তাত সোমোৱা মাছটো ধৰা হয়৷ English: Polo, Assamese: পল, Bodo: जेखाइ, Mising: polong, Meeteilon: longup, Karbi: ru, Bangla: পোলো