পাথেয়পাদ

পাথৰ (Assamese) [ Roman: pa.thor]
co.adj: ডাঙৰ~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -খিনি, -টো
1. (Material Noun-Neuter) A pearl or mineral that has been cut and polished for use as an ornament. অলংকাৰ বা গহণা আদি তৈয়াৰ কৰিবলৈ কাটি চাফা কৰি ব্যৱহাৰ কৰা কোনো মুক্তা বা খনিজ পদাৰ্থ ৷

2. (Material Noun-Neuter) relatively hard, naturally formed mineral or petrified matter. প্ৰাকৃতিক ভাৱে গঠিত আপেক্ষিকভাৱে কঠিন খনিজ বা অন্য টান বস্তু।