পতকচ্চাপতঙ্গ

পতগ (Assamese) [ Roman: po.tong]
Contributed by: Anjali Sonowal on 2008-09-26
1. Zoology(Common Noun-Common) A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings. এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. Hinduism(Proper Noun-Masculine) A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes. মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷