পঢুৱৈপণ কৰ্

পণ (Assamese) [ Roman: pon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. (Abstract Noun) A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা

Contributed by: Bikram M Baruah on 2008-04-23
2. (Material Noun-Neuter) the subject or terms of a bet; a pledge of a forfeit risked on some uncertain outcome. ভৱিষ্যতে নিৰ্ণীত হ’ব লগীয়া এক অনিশ্চিত ফলাফলৰ সম্ভাৱনীয়তাৰ সমৰ্থনত জেদ ধৰা বিষয়।